Sunday 27 September 2020

Class 8 || SCIENCE || Lesson 8 || কোষ - গঠন আৰু কাৰ্য || Textual Questions solved in Assamese

কোষ - গঠন আৰু কাৰ্য

 ১।তলৰ উক্তিবোৰ সত্য নে অসত্য চিহ্নিত কৰা।
ক। এককোষী জীৱৰ দেহত এটা কোষ থাকে।
উত্তৰ:- সত্য

খ। পেশী কোষবোৰ শাখাযুক্ত।
উত্তৰ:- সত্য

গ। এটা জীৱৰ মৌলিক জীৱিত একক হ'ল অংগ।
উত্তৰ:- অসত্য

ঘ। এমিবাৰ আকৃতি অনিয়মীয়া।
উত্তৰ:- সত্য

২। মানুহৰ স্নায়ুকোষৰ চিত্ৰ অঁকা। স্নায়ুকোষে কি কাম কৰে।
উত্তৰ:-
কিতাপৰ পৃষ্ঠাত চোৱা।
      স্নায়ুকোষে বাৰ্তা সংগ্ৰহ কৰি পঠিয়াই দেহৰ বিভিন্ন অংশৰ নিয়ন্ত্ৰণ আৰু যোগাযোগ ৰক্ষা কৰাত সহায় কৰে।

৩।তলত দিয়া বিষয়ৰ ওপৰত টোকা লিখা ।
ক।কোষপ্ৰৰস
উত্তৰ:-
ই কোষৰ বেৰ আৰু কোষকেন্দ্ৰৰ মাজত থকা জেলিৰ দৰে আন বহূকোষৰ উপাদান বা কোষাংগত কোষপ্ৰৰস পোৱা যায়।

খ। কোষকেন্দ্ৰ
উত্তৰ:-
ই জীৱিত কোষৰ আটাইতকৈ প্ৰয়োজনীয় উপাদান। ই সাধাৰণতে গোলাকাৰ আৰু কোষৰ মাজত অৱস্থিত। ইয়াক অতি সহজে অনুবীক্ষণ যন্ত্ৰৰ সহায়ত চাব পাৰি।

৫। প্ৰাণী আৰু উদ্ভিদ কোষৰ ছবি আঁকি সিহতৰ মাজত থকা পাৰ্থক্য লিখা।
উত্তৰ:-
কিতাপৰ পৃষ্ঠাত চোৱা।
১। উদ্ভিদ কোষত কোষবেৰ থাকে। কিন্তু প্ৰাণী কোষত কোষবেৰ নাথাকে।
২। উদ্ভিদ কোষত প্লাষ্টিড থাকে। কিন্তু প্ৰাণী কোষত প্লাষ্টিড নাথাকে।

৬। সংকোষকেন্দ্ৰীয় আৰু প্ৰকোষকেন্দ্ৰীয় জীৱৰ পাৰ্থক্য লিখা।
উত্তৰ:-
১। সংকোষকেন্দ্ৰীয় জীৱৰ কোষপ্ৰৰস একোটা সুতেৰ বৈ থাকে। কিন্তু প্ৰকোষকেন্দ্ৰীয় জীৱৰ কোষপ্ৰৰস একোটা সুতেৰ বৈ নাথাকে।
২। সংকোষকেন্দ্ৰীয় জীৱৰ বংশগতি নিৰোপক দ্ৰব্য DNA। আনহাতে প্ৰকোষকেন্দ্ৰীয় জীৱৰ বংশগতি নিৰোপক দ্ৰব্য DNA বা RNA।

৭। কোষৰ কোনটো অংশত ক্ৰমজম পোৱা যায়? সিহঁতৰ কাম উল্লেখ কৰা।
উত্তৰ:-
অতিকোষকেন্দ্ৰত। ক্ৰমজম বংশগতিৰ বাহক।ক্ৰমজমত থকা জিনৰ সহায়ত বংশানুক্ৰমে পিতৃ-মাতৃৰ পৰা পোৱা গুণবোৰ সতি সন্ততিলৈ স্থান্তৰিত হয়।

৮। কিয় হৰিৎকণা মাথো উদ্ভিদৰ কোষতহে পোৱা যায়? ব্যাখ্যা কৰা।
উত্তৰ:-
প্লাষ্টিড নামৰ ৰঙীন পদাৰ্থবোৰ মাথো উদ্ভিদৰ কোষতহে পোৱা যায়। সেউজীয়া প্লাষ্টিডত ক্লৰফিল বা পত্ৰহৰিত থাকে। এইবোৰক হৰিৎকণা বোলে।

No comments:

Post a Comment