Saturday 8 August 2020

আহঁৰ পৰা কাপোৰলৈ, Lesson 3, Class 6, Science, Assamese Medium Solutions, SCERT

আহঁৰ পৰা কাপোৰলৈ
১। তলত দিয়া আহঁবোৰ প্ৰাকৃতিক নে সাংশ্লেষিক শ্ৰেণী বিভাগ কৰা ।
উত্তৰ:- নাইলন - সাংশ্লেষিক ।
ঊল - সাংশ্লেষিক ।
কপাহী - প্ৰাকৃতিক ।
পাট - প্ৰাকৃতিক ।
পলিয়েষ্টাৰ - সাংশ্লেষিক ।
মৰাপাট - প্ৰাকৃতিক ।

২। তলত দিয়া উক্তিবোৰৰ শুদ্ধ নে অশুদ্ধ উল্লেখ কৰা ।
ক। আহঁৰ পৰা সূতা তৈয়াৰ কৰা হয় ।
উত্তৰ:- শুদ্ধ ।

খ। সূতাকটা হৈছে আহঁ প্ৰস্তুত কৰাৰ এটা প্ৰক্ৰিয়া ।
উত্তৰ:- অশুদ্ধ ।

গ। মৰাপাট হৈছে নাৰিকলৰ ওপৰত থকা বাকলি ।
উত্তৰ:- অশুদ্ধ ।

ঘ।কপাহৰ পৰা গুটি গুচোৱা প্ৰক্ৰিয়াটোক নেওঠনি বুলি কোৱা হয় ।
উত্তৰ:- শুদ্ধ ।

ঙ। সূতা বৈ এটুকুৰা কাপোৰ তৈয়াৰ কৰা হয় ।
উত্তৰ:- অশুদ্ধ ।

চ। পাটৰ আহঁ এবিধ গছৰ কাণ্ডৰ পৰা আহৰণ কৰা হয় ।
উত্তৰ:- অশুদ্ধ ।

ছ। পলিয়েষ্টাৰ হৈছে প্ৰাকৃতিক আহঁ ।
উত্তৰ:- অশুদ্ধ ।

৩। খালী ঠাই পূৰ কৰা ।
ক। উদ্ভিদজাত আহঁ __আৰু ____ ৰ পৰা আহৰণ কৰা হয় ।
উত্তৰ:- কপাহী আৰু মৰাপাট ।

খ। প্ৰাণীজাত আহঁ হʼল ___ আৰু___ ।
উত্তৰ:- ঊণ আৰু পাট ।

৪। কপাহী আৰু মৰাপাট আহঁ উদ্ভিদৰ কোন কোন অংশৰ পৰা আহৰণ কৰা হয় ।
উত্তৰ:- কপাহী গুটিৰ পৰা আৰু মৰাপাটৰ কান্ডৰ পৰা ।

৫। নাগৰিকৰ আহঁৰে তৈয়াৰী দুটা সামগ্ৰীৰ নাম উল্লেখ কৰা ।
উত্তৰ:- কাৰপেট আৰু কোচন ।

৬। আহঁৰ পৰা সূতা তৈয়াৰ কৰা প্ৰক্ৰিয়াটো ব্যাখ্যা কৰা ।
উত্তৰ:- আঁহৰ পৰা সূতা তৈয়াৰ কৰা প্ৰক্ৰিয়াটো সূতা কটা বুলি কোৱা হয় । এই প্ৰক্ৰিয়াটো এটা কপাহী জোৱাৰ পৰা আহঁবোৰ টানি পকাই দিয়া হয় ইয়ে আহঁবোৰ একেলগ কৰি পূৰাবলৈ পৰিণত কৰে ।

No comments:

Post a Comment