Wednesday 22 April 2020

Class: 8, Lesson: 1, পৰিমেয় সংখ্যা (Rational Number), Assam, New Syllabus

exercise 1.1 and 1.2 all solutions, questions no 1 2 3 4 5 6 7 8 9 10 11 12 13 14

Class 8 Mathematics Solutions

অষ্টম শ্ৰেণীৰ গণিতৰ সমাধান


Exercise - 1.1

অনুশীলনী - 1.1

1. তলত দিয়াবোৰ সত্য নে অসত্য ‌বিচাৰ কৰাঃ

(i) পৰি‍মেয় সংখ্যাই যোগ আৰু পূৰণৰ বিনময় বিধি মানি চলে।
Answer: সত্য
(ii) পৰি‍মেয় সংখ্যাই বিয়োগ আৰু হৰণৰ ক্ষেত্ৰত সহযোগ বিধি মানি চলে।
Answer: অসত্য
(iii) পৰি‍মেয় সংখ্যা বিয়োগত আৱদ্ধ নহয়।
Answer: অসত্য
(iv) শূন্যৰ প্ৰতিক্ৰম নাই।

Answer: সত্য
(v) 0 টো পৰি‍মেয় সংখ্যা।
Answer: সত্য
class 8 math, assam, solutions, exercise 1, exercise 1.1, question no 1
2. যোগাত্মক বিপৰীত সংখ্যাবোৰ লিখা।
exercise 1.1, question 2

 Watch our Live Videos and Subscribe 



3. -20/11 আৰু 5/6 ৰ যোগাত্মক বিপৰীত সংখ্যা দুটা লিখা।
Answer:
exercise 1.1 question no 3
 4. গুণাত্মক বিপৰীত সংখ্যাবোৰ লিখা।
class 8, mathematics, exercise 1 1
5. -1(2/3) ৰ গুণাত্মক বিপৰীত 5/3 হয়নে? যুক্তি দিয়া।
সমাধানঃ

6. 1 ৰ গুণাত্মক আৰু যোগাত্মক বিপৰীত কি কি?
Answer: 1 ৰ গুণাত্মক বিপৰীত = 1
               1 ৰ যোগাত্মক বিপৰীত = -1
7. -4/9 আৰু 11/16 ৰ গুণাত্মক বিপৰীত সংখ্যা দুটা লিখা।
সমাধানঃ

8. তলৰ সংখ্যা দুটাৰ প্ৰতিক্ৰম লিখা।

সমাধানঃ

9. প্ৰতিক্ৰমৰ লগত একে হোৱা পৰি‍মেয় সংখ্যা কি কি?
Answer:
1 আৰু -1
10. -25/26 ক 5/13 ৰ প্ৰতিক্ৰমেৰে পূৰণ‌ কৰা।

সমাধানঃ

11. কি বিধি প্ৰয়োগ হৈছে লিখা।

সমাধানঃ
exercise 1.1 question no 11
12. সংখ্যাৰ বিধি ব্যৱহাৰ কৰি মান নিৰ্ণয় কৰা।
সমাধানঃ
exercise 1.2, question no 12 i 12 ii 12 iii 12 iv 12 v 12 vi 12 vii
exercise 1.2, question no 12 iv


13. তলৰ সংখ্যাকেইটাই যোগ আৰু পূৰণৰ ক্ষেত্ৰত সহযোগ বিধি মানি চলেনে কৰি চোৱা।
সমাধানঃ




14. এটা উদাহৰণৰ দ্বাৰা দেখুওৱা যে পৰিমেয় সংখ্যা হৰণৰ ক্ষেত্ৰত আবদ্ধ নহয়।


Class 8 Math in Assamese Exercise - 1.2

অনুশীলনী - 1.2

1. তলত দিয়া সংখ্যাকেইটা সংখ্যাৰেখাত বহুওৱা।
exercise 1.2 question no 1
2. তলত দিয়া সংখ্যাবিলাকৰ মাজৰ যিকোনো 5টাকৈ পৰিমেয় সংখ্যা লিখা।
exercise 1.2 question no 2

3. -2/5 তকৈ ডাঙৰ আৰু 1/2 তকৈ সৰু যিকোনো 5 টা পৰিমেয় সংখ্যা উলিওৱা। 
সমাধানঃ
exercise 1.2 question no 3 solution
 Class 8 ৰ English বিষয়ৰ প্ৰশ্নোত্তৰৰ বাবে Click কৰক

3 comments: