Sunday 26 April 2020

Class: 8, Lesson: 5, তথ্যৰ ব্যৱহাৰ | Exercise 5.1, 5.2 & 5.3 | Assamese

Class 8 Mathematics in Assamese Medium

অষ্টম শ্ৰেণীৰ গণিতৰ সমাধান

Chapter 5: তথ্যৰ ব্যৱহাৰ

lesson 1, tothyor byobohar

Exercise - 5.1
অনুশীলনী - 5.1

1. অষ্টম শ্ৰেণীৰ 46 জন ছাত্ৰ-ছাত্ৰীৰ বগা, ৰঙা, ক'লা আৰু হালধীয়া এই ৰং চাৰিটাৰ কোনে কোনটো ৰং ভাল পায় সেয়া তলৰ তালিকাত দেখুওৱা হ'ল । প্ৰত্যেক ছাত্ৰ-ছাত্ৰীয়ে যিকোনো এটাহে প্ৰিয় ৰং হিচাপে ল'ব পাৰিব আৰু ৰং চাৰিটা ক্ৰমে W, R, B আৰু Y হিচাপে চিহ্নিত কৰা হৈছে।
W R R Y B B B Y R W W R 
Y B B Y B R R W B B R Y
Y B W Y Y R W W R R B B
R Y B W W B Y B W W
দাগচিহ্ন ব্যবহাৰ কৰি এখন বাৰংবাৰতা বিভাজন তালিকা প্ৰস্তুত কৰা। ইয়াক ব্যাখ্যা কৰিবলৈ এডাল দণ্ডলেখ অংকণ কৰা।
সমাধানঃ 
বাৰংবাৰতা বিভাজন তালিকা
lesson, chapter 5, handling of data, question no 1, exercise 5.1

2. 'জোনাকী আত্মসহায়ক গোট'ৰ 35 জন সদস্যৰ প্ৰতি মাহৰ জমা(টকাত) তলত দিয়া ধৰণৰঃ
110, 125, 110, 140, 150, 150, 150, 110, 180, 180, 110
140, 140, 120, 120, 120, 140, 140, 170, 175, 175, 145
145, 140, 175, 120, 125, 130, 135, 135, 155, 145, 145
175, 185
110-120, 120-130, 130-140 ......... আদি অন্তৰাল লৈ দাগচিহ্ন ব্যৱহাৰ  কৰি বাৰংবাৰতা তালিকা এখন প্ৰস্তুত কৰা।

সমাধানঃ 
বাৰংবাৰতা বিভাজন তালিকা
lesson, chapter 5, handling of data, question no 2, exercise 5.1
3. 2নং প্ৰশ্নৰ তথ্য ৰাশিৰ পৰা প্ৰস্তুত কৰা বাৰংবাৰতা তালিকাখনৰ পৰা এটা হিষ্ট'গ্ৰাম বা স্তম্ভলেখ প্ৰস্তুত কৰা আৰু তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া।

সমাধানঃ
lesson, chapter 5, handling of data, question no 3, exercise 5.1
(i) কোনটো শ্ৰেণী অন্তৰালত আটাইতকৈ বেছি সদস্য আছে?
Answer: 140-150
(ii) 150 বা তাতকৈ বেছি জমা কৰা মুঠ সদস্য সংখ্যা কিমান?
Answer: 4 + 0 + 5 + 3= 12 জন
(iii) কোনকেইটা শ্ৰেণী অন্তৰালত সদস্য সংখ্যা সমান?
Answer: 110-120 আৰু 150-160


4. এখন বিদ্যালয়ৰ অষ্টম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলৰ প্ৰত্যেকে প্ৰতিদিনে কিমান সময় পঢ়ে (ঘণ্টা হিচাপত) কাষত স্তম্ভলেখৰ সহায়ত দেখুওৱা হৈছে-
lesson, chapter 5, handling of data, question no 4, exercise 5.1
স্তম্ভলেখৰ সহায়ত উত্তৰ দিয়াঃ-
(i) বেছিভাগ ছাত্ৰ-ছাত্ৰীয়ে প্ৰতিদিনে কিমান সময় পঢ়ে?
Answer: 4-5 ঘণ্টা

(ii) প্ৰতিদিনে 5 ঘণ্টাতকৈ বেছি পঢ়া ছাত্ৰ-ছাত্ৰীৰ সংখ্যা কিমান?
Answer: 12 + 8 + 4 = 24 জন
(iii) 4 ঘণ্টাতকৈ কম সময় পঢ়া ছাত্ৰ-ছাত্ৰীৰ সংখ্যা কিমান?
Answer: 8 + 10 + 4 = 22 জন

5. 30 জন ছাত্ৰ-ছাত্ৰীৰ উচ্চতা (চেমিত) তলত দিয়া ধৰণৰঃ-
136, 138, 140, 140, 154, 160, 158, 147, 139, 153, 162
162, 173, 137, 142, 156, 162, 164, 185, 143, 145, 182
152, 163, 174, 138, 142, 152, 144, 146
উপযুক্ত অন্তৰাল লৈ দাগচিহ্ন ব্যৱহাৰ কৰি বাৰংবাৰতা বিভাজন তালিকা এখন প্ৰস্তুত কৰা।

সমাধানঃ 
বাৰংবাৰতা বিভাজন তালিকা
lesson, chapter 5, handling of data, question no 5, exercise 5.1


 

Exercise - 5.2

অনুশীলনী - 5.2

1. তলত 60 জন মানুহৰ প্ৰত্যেকৰে নিজৰ নিজৰ প্ৰিয় খেলৰ তথ্য দিয়া হৈছে। তথ্যখিনিৰ পৰা এটা পাইচিত্ৰ অংকণ কৰা।
 খেলৰ নাম   মানুহৰ সংখ্যা
ক্ৰিকেট20
ফুটবল18
কাবাডী12
বেডমিণ্টন10
 

Answer:
lesson 5, class 8, data handling, exercise 5.2, question no 1


2. এখন ফুটবল খেল উপভোগ কৰিবলৈ 600 জন মানুহ খেলপথাৰত উপস্থিত হৈছিল । খেল চাবলৈ আহোঁতে তেওঁলোকে ব্যৱহাৰ কৰা যানবাহনৰ সংখ্যা লগতে খোজ কাঢ়ি অহা ব্যক্তিৰ সংখ্যা তলৰ পাইচিত্ৰ দেখুওৱা হ'ল।
lesson 5, class 8, data handling, exercise 5.2, question no 2
চিত্ৰৰ পৰা তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া-
(i) কিমানজন মানুহে খোজ কাঢ়ি আহিছিল?
Answer:
lesson 5, class 8, data handling, exercise 5.2, question no 2 i
(ii) স্কুটাৰ/মটৰ চাইকেল ব্যৱহাৰ কৰি অহা আৰু চাৰিচকীয়া বাহন 
ব্যৱহাৰ কৰি ব্যক্তিৰ মাজৰ পাৰ্থক্য কিমান?
Answer:
lesson 5, class 8, data handling, exercise 5.2, question no 2 ii
(iii) 200 জন ব্যক্তিয়ে কি বাহন ব্যৱহাৰ কৰিছিল?
Answer: 
lesson 5, class 8, data handling, exercise 5.2, question no 2 iii
3. এখন বিদ্যালয়ৰ মুঠ 720 জন ছাত্ৰ-ছাত্ৰীৰ ষষ্ঠ, সপ্তম, অষ্টম, নৱম আৰু দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ সংখ্যা তলত দিয়া ধৰণৰ। এখন পাইচিত্ৰত তথ্যখিনি প্ৰদৰ্শন কৰা।
 শ্ৰেণীৰ    ছাত্ৰ-ছাত্ৰীৰ সংখ্যা
 ষষ্ঠ120
 সপ্তম140
 অষ্টম200
 নৱম80
 দশম180
Answer:


4. কোনো এটা শ্ৰেণীৰ 180 জন ছাত্ৰ-ছাত্ৰীৰ গল্প, উপন্যাস, সাধু, কবিতা আৰু আত্মজীৱনী পঢ়ি ভাল পোৱা ছাত্ৰ-ছাত্ৰীৰ এটা বৃত্তচিত্ৰ অংকণ কৰা হৈছে। চিত্ৰৰ পৰা তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া।
EXERCISE 5.2, QUESTION NO 4
(i) কিমানজন ছাত্ৰ-ছাত্ৰীয়ে উপন্যাস পঢ়ি ভাল পায়?
Answer: 
 Exercise 5 point 2 Question No 4 i
(ii) আটাইতকৈ বেছি ছাত্ৰ-ছাত্ৰীয়ে কি পঢ়ি ভাল পায় আৰু কিমানজন?
Answer: 
Exercise 5 point 2 Question No 4 ii
(iii) কবিতা আৰু আত্মজীৱনী পঢ়ি ভালপোৱা মুঠ ছাত্ৰ-ছাত্ৰীৰ সংখ্যা কিমান?
Answer: 
Exercise 5 point 2 Question No 4 iii
5. ফলৰ বাগিচা এখনত থকা গছৰ সংখ্যা এনে ধৰণৰ, প্ৰতিটো ভাগৰ কেন্দ্ৰীয় কোণৰ পৰিমাণ নিৰ্ণয় কৰাৰ লগতে তথ্যখিনিৰ এখন পাইচিত্ৰ অংকণ কৰা।
Exercise 5 point 2 Question No 5

2 comments: