উদ্ভিদৰ পৰিপুষ্টি | Science | Lesson 1 | Class 7 | Questions | Answers | Assamese Medium
Chapter 1: উদ্ভিদৰ পৰিপুষ্টি | Science | Class 7 |
অনুশীলনী
(১) জীৱই খাদ্য কিয় গ্রহণ কৰা প্রয়োজন ?
উত্তৰ : দেহেৰ গঠন বৃদ্ধি জীবন ধাৰণৰ ভাবে প্রয়োজনীয় শক্তি জীবন ধাৰণৰ ভাবে জীৱই খাদ্য গ্রহণ কৰা প্রয়োজন।
(২) পার্থক্য লিখা --- পৰজীবী আৰু মৃতজীবী ।
উত্তৰ :
(ক)
পৰজীবী উদ্ভিদবোৰে আন উদ্ভিদৰ পৰা খাদ্য পোষন কৰি তাৰ পুষ্টি সাধন কৰে। কিন্তু মৃতজীবী উদ্ভিদবোৰে মৰা,পচা আদি বস্তুৰ পৰাহে খাদ্য পোষন কৰে।
(খ)
পৰজীবী উদ্ভিদে তাৰ আশ্রয়দাতা উদ্ভিদৰ অনিষ্ট সাধন কৰে। কিন্তু মৃতজীবী উদ্ভিদৰ ক্ষেত্রত এনে নহয়।
(৩) পাতত শ্বেতসাৰ উপস্থিতি কিদৰে প্রমাণ কৰিব পাৰি ?
উত্তৰ : টাবত ৰোৱা সেউজিয়া একেধৰনৰ দুডাল উদ্ভিদৰ এডালক ৰ'দত আনডালক অন্ধকাৰ কোঠা এটাত প্রায় ৭২ ঘন্টাৰ বাবে ৰাখি থোৱা হ'ল। ৭২ ঘন্টাৰ পিছত দুয়োডাল উদ্ভিদৰ পৰা দুটা পাত আনি উতলা পানীত ধুই তাৰ ওপৰত দুটো পালমান আয়োডিনেৰ দ্রব পেলাই দিয়া হ'ল । আয়োডিনৰ দ্রবই শ্বেতসাৰৰ লগত বিক্রিয়া কৰি পাতৰ ৰং ৰঙা নীলা কৰে ।
গতিকে দেখা যাব যে জীটো পাত সূর্যৰ পোহৰত আছিল তাৰ ৰং ডাঠ নীলা হয় আৰু আনটো বৰন সলনি নহয়।
ইয়াৰ পৰা দেখা গ'ল যে সেউজীয়া পাতত শ্বেতসাৰ থাকে। এই শ্বেতসাৰ পাতে সূর্যৰ পোহৰত পোহৰতহে উৎপাদন কৰে।
৪. সেউজীয়া উদ্ভিদৰ খাদ্য সংশ্লেষণ প্ৰক্ৰিয়াৰে এটা চমু বৰ্ণনা কৰা।
উত্তৰ: সেউজীয়া উদ্ভিদ হৈছে স্বপোষী অৰ্থাৎ ইহঁতে নিজৰ আহাৰ নিজে প্ৰস্তুত কৰে। মূলতঃ পানী, কাৰ্বন-ডাই-অক্সাইড আৰু সূৰ্যৰ পোহৰৰ সহায়ত উদ্ভিদে খাদ্য প্ৰস্তুত কৰিব পাৰে। এই প্ৰক্ৰিয়াটোৰ নাম সালোক-সংশ্লেষণ। সালোক সংশ্লেষণ প্ৰক্ৰিয়াৰ বাবে উদ্ভিদে শিপাৰ সহায়ত মাটিৰ পৰা পানী শোষণ কৰি পাতলৈ পৰিবহণ কৰে। পাতে বায়ুমণ্ডলৰ পৰা কাৰ্বন-ডাই-অক্সাইড গ্ৰহণ কৰে। সূৰ্যৰ পোহৰৰ উপস্থিতিত পাতত থকা ক্ল'ৰ'ফিল বা পত্ৰহৰিতে পানী, কাৰ্বন-ডাই-অক্সাইডৰ মাজত ৰাসায়নিক বিক্ৰিয়া ঘটাই পানীৰ অণুবোৰ ভাঙি হাইড্ৰ'জেন আৰু অক্সিজেন অণুলৈ ভাঙি দিয়ে। তদুপৰি এই বিক্ৰিয়াত গ্লুক'জ সৃষ্টি হয়, যি হৈছে উদ্ভিদৰ বাবে শক্তিৰ উৎস।
৫. চিত্ৰৰ সহায়ত দেখুওৱা যে উদ্ভিদবোৰ খাদ্যৰ মূল উৎস।
উত্তৰ:
৬. খালী ঠাই পূৰণ কৰা।
ক. সেউজীয়া উদ্ভিদক ........... বোলা হয়, যিহেতুকে সিহঁতে নিজৰ আহাৰ নিজে প্ৰস্তুত কৰে।
Answer: স্বপোষী
খ. উদ্ভিদৰ দ্বাৰা সংশ্লেষিত খাদ্যসমূহ .... হিচাপে সঞ্চিত হৈ থাকে।
Answer: গ্লুক'জ
গ. সালোকসংশ্লেষণত সৌৰশক্তিক আহৰণ কৰি ৰখা ৰঞ্জক পদাৰ্থক ....... বোলা হয়।
Answer: পত্ৰহৰিৎ
ঘ. সালোকসংশ্লেষণৰ সময়ত উদ্ভিদে ...... লয় আৰু...... এৰি দিয়ে।
Answer: কাৰ্বন-ডাই-অক্সাইড আৰু অক্সিজেন
৭. তলত দিয়াসমূহৰ নাম লিখা----
ক. এবিধ পৰজীৱী উদ্ভিদ যাৰ কাণ্ড হালধীয়া, মিহি আৰু নলীকাসদৃশ।
Answer: অমৰলতা
খ. এবিধ উদ্ভিদ যি স্বপোষী আৰু পৰপোষী বা উভয় ধৰণে পৰিপুষ্টি গ্ৰহণ কৰে।
Answer: কলচী উদ্ভিদ
গ. পাতত থকা যিঢৌ ছিদ্ৰৰ সহায়ত উদ্ভিদে গেছ বিনিময় কৰে।
Answer: পত্ৰৰন্ধ্ৰ
৮. শুদ্ধ উত্তৰত চিন দিয়া
ক. অমৰলতা
(i) স্বপোষী
(ii) পৰজীৱী
(iii)মৃতজীৱী
(iv) পোষকৰ উদাহৰণ।
খ. এবিধ উদ্ভিদ যি পোক-পতংগক খাদ্য হিচাপে গ্ৰহণ কৰে-
(i) অমৰলতা
(ii) জৱাফুল
(iii) কলচী উদ্ভিদ
(iv) গোলাপ।
৯. 1নং স্তম্ভৰ লগত 2নং স্তম্ভ মিলোৱা।
1নং স্তম্ভ
পত্ৰহৰিৎ
নাইট্ৰজেন
অমৰলতা
প্ৰাণী
পোক-পতংগক
2নং স্তম্ভ
বেক্টেৰিয়া
পৰিপুষ্ট জীৱ
কলচী উদ্ভিদ
পাত
পৰজীৱী
Answer:
পত্ৰহৰিৎ -- পাত
নাইট্ৰজেন -- বেক্টেৰিয়া
অমৰলতা -- পৰজীৱী
প্ৰাণী -- পৰিপুষ্ট জীৱ
পোক-পতংগক -- কলচী উদ্ভিদ
১০. শুদ্ধ বাক্যত (শু) আৰু অশুদ্ধ বাক্যত (অ) লিখা।
(i) সালোকসংশ্লেষণত প্ৰক্ৰিয়াত কাৰ্বন ডাই অক্সাইড নিৰ্গত হয়। (শু/অ)
Answer: অ
(ii) যিবোৰ উদ্ভিদ নিজে নিজৰ আহাৰ প্ৰস্তুত কৰে সেইবোৰক মৃতজীৱী বোলা হয়।(শু/অ)
Answer: অ
(iii)সালোকসংশ্লেষণত প্ৰ'টিন উৎপন্ন নহয়।(শু/অ)
Answer: শু
(iv)সালোকসংশ্লেষণ প্ৰক্ৰিয়াত সৌৰশক্তি ৰাসায়নিক শক্তিলৈ পৰিবৰ্তন হয়।(শু/অ)
Answer: শু
১১. তলত দিয়াবোৰ পৰা শুদ্ধটো বাছি উলিওৱা।
সালোকসংশ্লেষণৰ বাবে উদ্ভিদৰ কোনটো অংশই বায়ুমণ্ডলৰ পৰা কাৰ্বন ডাই অক্সাইড গ্ৰহণ কৰে?
(i)মূলৰোম
(ii)পত্ৰৰন্ধ্ৰ
(iii)পাতৰ সিৰা
(iv)বৃতি
১২. তলত দিয়াসমূহৰ পৰা শুদ্ধটো বাছি উলিওৱা।
উদ্ভিদে বায়ুমণ্ডলৰ পৰা কাৰ্বন ডাই অক্সাইড তলৰ কোনটো অংশৰ জৰিয়তে গ্ৰহণ কৰে?
(i) শিপা
(ii)কাণ্ড
(iii)ফুল
(iv)পাত
সপ্তম শ্ৰেণীৰ বিজ্ঞানৰ অন্যান্য অধ্যায়সমূহ
![]() |
SCIENCE | CLASS 7 | LESSON 1 | ASSAMESE MEDIUM |

Courtesy: Wikipedia Commons |

![]() | ![]() |
উদ্ভিদৰ পৰিপুষ্টি | প্ৰাণীৰ পৰিপুষ্টি |
![]() | ![]() |
আঁহৰ পৰা কাপোৰলৈ | তাপ |
No comments:
Post a comment